‘শ্যামকানু মহন্তৰ ওপৰত বহুত অন্যায় হৈছে’।
‘জুবিনে ভালপোৱা মানুহক হত্যাকাৰী সজালে তেওঁৰ আত্মাই কষ্ট পাব’।
‘জুবিনক আমি বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ যোৱাটো অৱহেলা হ’ব নেকি’।
‘ছিংগাপুৰৰ আটাইতকৈ ভাল হোটেলখনত জুবিনক ৰাখিছোঁ’।
‘জুবিন গাৰ্গক শ্যমকানুৱে বহুত ভাল পাইছিল’।
‘আমাৰ লগত অন্যায় কৰিছে আমাক ন্যায় লাগে’
জুবিন হত্যা কাণ্ড ঘটনা আৰু স্বামী শ্য়ামকানু মহন্ত গ্ৰেপ্তাৰক লৈ প্ৰতিক্ৰিয়া শ্যামকানু মহন্তৰ পত্নী অনিতা মহন্তৰ।

