West Bengal, Tamil Nadu Elections: আজি পশ্চিমবংগ আৰু তামিলনাডু বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ

আজি পশ্চিমবংগ আৰু তামিলনাডু বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ।(West Bengal, Tamil Nadu Elections)

পশ্চিমবংগ বিধানসভা নিৰ্বাচনৰ আজি প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ।

১৬ খন জিলাৰ মুঠ ১৫২টা সমষ্টিত পুৱাৰে পৰা অনুষ্ঠিত ভোটগ্ৰহণ।

৩কোটি ৬০লাখ ভোটাৰে সাব্যস্ত কৰিব ভোটাধিকাৰ।

ভাগ্য নির্ণয় হ’ব ১,৪৫২ গৰাকী প্ৰাৰ্থীৰ।

তামিলনাডুতো আজি অনুষ্ঠিত হৈছে ভোটগ্ৰহণ।

এটা পৰ্যায়তে ২৩৪ খন আসনৰ বাবে অনুষ্ঠিত ভোটগ্ৰহণ।

৫কোটি ৭৩লাখ ভোটাৰে সাব্যস্ত কৰিব ভোটাধিকাৰ।

ভাগ্য নির্ণয় হ’ব ৪০২৩গৰাকী প্ৰাৰ্থীৰ।

Related Articles