অপৰাধীৰ শাস্তি ঘোষণাঃ ৭ বছৰ ১০মাহৰ অন্তত ন্যায় লাভ দুৰ্ভগীয়া পৰিয়ালৰ

২০ অপৰাধীৰ শাস্তি ঘোষণা।

দেশ কঁপোৱা অভি-নীল হত্যাকাণ্ডৰ দোষীক যাৱজ্জীৱন কাৰাদণ্ড।

৭ বছৰ ১০মাহৰ অন্তত ন্যায় লাভ দুৰ্ভগীয়া পৰিয়ালৰ।

২০ অপৰাধীক যাৱজ্জীৱন কাৰাদণ্ড।

নগাঁও সত্ৰ ন্যায়াধীশ দালতৰ ৰায়দান।

২০১৮ চনৰ ৮ জুনত পশ্চিম কাৰ্বি আংলং জিলাৰ ডকমকাত সংঘটিত হৈছিল সেই লোমহৰ্ষক কাণ্ড।

২০ দোষীক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰাৰ লগতে ২০ হাজাৰ টকাকৈ জৰিমনাও বিহিলে আদালতে। শাস্তি ঘোষণাৰ পাছতে মন্তব্য অভিবক্তা বিজন মহাজনৰ।

অপৰাধীকে কেইজনৰ নাম হৈছে-
১) ৰূপসিং ক্র’
২) আলফাড়ুজ ত্রাইমু
৩) বিশ্বৰাম স্বৰ্গীয়াৰী
৪) ইনচেন্ট ইংতি
৫) পানতেং বসুমতাৰী
৬) প্রেছ টিমুং
৭) ফুকন লেকটি
৮) এনচ টিমুং
৯) ৰত্নেশ্বৰ তেৰাং
১০) ৰায়কং টিমুং
১১) ধন’ মেছ
১২) বাবু সিং ক্র’
১৩) বিক্রম হাঞ্চে
১৪) চিকাৰী ৰংপি
১৫) বাবু ৰংপি
১৬) বিদ্যাছিং ৰংপি
১৭) মেনছিং ক্র’4
১৮) দ্বীপজ্যোতি বসুমতাৰী
১৯) ৱাৰেছ ৰংপি
২০) অনদা মেছ

Related Articles