তামুলপুৰৰ বিধায়কৰ লেহো ৰাম বড়োৰ দেহাৱসান। বিগত ২৭ মে’ৰ পৰা ভৰ্তি হৈ আছিল গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত । আজি ৰাতিপুৱা মৃত্যক সাৱটি লয় তামুলপুৰ সমষ্টিৰ নৱ নিৰ্বাচিত বিধায়ক গৰাকীয়ে । গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ আইচিইউত চিকিৎসাধীন হৈ আছিল বিধায়ক গৰাকী ।

