ৰুদ্ৰাক্স মলস্থিত EXORO বাৰৰ অনুজ্ঞাপত্ৰ বাতিল

ৰুদ্ৰাক্স মলস্থিত EXORO বাৰৰ অনুজ্ঞাপত্ৰ বাতিল।

নীতিবহিৰ্ভূতভাৱে পুৱতিনিশালৈকে খোলা ৰাখিছিল বাৰ খন।

নিশা ১২.৩০ মিনিটলৈকেহে আছিল খোলাৰ অনুমতি।

মঠঘৰীয়াৰ দুৰ্ঘটনাৰ তদন্তত পোহৰলৈ আহিছিল এই কথা।

তাৎক্ষণিকভাৱে বলবৎ হোৱাকৈ নিলম্বন কৰা হৈছে অনুজ্ঞাপত্ৰ।

সমগ্ৰ ঘটনাৰ তদন্তৰ নিৰ্দেশ জিলা আয়ুক্ত স্বপ্নীল পালৰ।

১৫ দিনৰ ভিতৰত তদন্তৰ প্ৰতিবেদন দাখিলৰ নিৰ্দেশ।

Related Articles