শ্যামকানু মহন্তৰ জামিন আবেদন নাকচ

জেলতে থাকিব লাগিব শ্যামকানু মহন্ত।

আদালতত মুখ ঠেকেচা খালে শ্যামকানু মহন্তই।

শ্যামকানু মহন্তৰ জামিন আবেদন নাকচ।

শ্যামকানু মহন্তৰ জামিন আবেদন নাকচ ফাষ্টট্ৰেক আদালতৰ।

১১ এপ্ৰিলত শ্যামকানু মহন্তই কৰিছিল জামিন আবেদন।

শ্যামকানুৰ হৈ জামিন আবেদন দাখিল কৰিছিল অধিবক্তাই।

দুদিনীয়া শুনানিৰ অন্তত ৰায় সংৰক্ষিত ৰাখিছিল আদালতে।

আজি চূড়ান্ত ৰায়দান কৰে ফাষ্টট্ৰেক আদালতে।


Related Articles