চলিত মাহত অসমলৈ ভেকচিন নাহে, জুনৰ প্ৰথম সপ্তাহত ভেকচিন অহাৰ সম্ভাৱনা।
৪৫ উদ্ধৰ মাত্ৰ ৪৮ ঘণ্টাৰ বাবে হে মজুত আছে ভেকচিন।
অসমত বৰ্তমান নাই covaxin ভেকচিন।
আজিৰে পৰা ৰাজ্যৰ প্ৰায় সমূহ ভেকচিন কেন্দ্ৰত প্ৰথম পালি ভেকচিন প্ৰদান বন্ধ,কেৱল দ্বিতীয় পালি টিকাকৰণ ৰহে অনুমতি প্ৰদান
আজিৰ পৰা অসমত নাই ১৮ উদ্ধৰ ভেকচিন।চলিত মাহত অসমলৈ ভেকচিন নাহে, জুনৰ প্ৰথম সপ্তাহত ভেকচিন অহাৰ সম্ভাৱনা।

