অসমৰ ক্ৰিকেটপ্রেমীৰ বাবে ভাল খবৰ…

অসমৰ ক্ৰিকেটপ্রেমীৰ বাবে ভাল খবৰ।

ইংলেণ্ড ভ্রমণলৈ যাবলগীয়া ইণ্ডিয়া A দলত ২ অসম কন্যা।

ভাৰতীয় দলত অন্তর্ভুক্ত হৈছে অসমৰ উমা ছেত্রী আৰু জিন্টিমণি কলিতা।

২০ জুনৰ পৰা T20 মেচসমূহ আৰম্ভ হ’ব।

আনহাতে ২৮ জুনত আৰম্ভ হ’ব এদিনীয়া শৃংখলা

Related Articles