আজি মৰিগাঁও জিলাৰ লাহৰীঘাট থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অদিত বড়োৰ নেতৃত্বত যোৱা আৰক্ষী দলে বৰখাবলৰ পৰা ৩৯ টা ভৰ্তি কন্টেইনাৰ আৰু২৩ টা খালি কন্টেইনাৰ উদ্ধাৰ কৰে ! এই ড্ৰাগছ খিনি বৰখাবলৰ এঘৰত লুকাই ৰাখিছিল !অৱশ্যে কাকো গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই !