May 31, 2021 ৰাজ্যত পুনৰ ভূমিকম্পৰ জোকাৰণি।পুৱা ৯.৫১ বজাত অনুভূত হয় ভূমিকম্পৰ জোকাৰণি। Share FacebookXWhatsAppTelegramKooEmail ৰাজ্যত পুনৰ ভূমিকম্পৰ জোকাৰণি। পুৱা ৯.৫১ বজাত অনুভূত হয় ভূমিকম্পৰ মৃদু জোকাৰণি।পুৱা ৯.৫১ বজাৰ ভূমিকম্পৰ প্ৰাবল্য আছিল ৩.৮। ভূমিকম্পৰ অভিকেন্দ্ৰ হৈছে তেজপুৰৰ পশ্চিম দিশে ৪৪ কিঃমিঃ নিলগত। Author: দৈনন্দিন বাৰ্তা Related Articles আপোনাৰ মুখ, দাঁতৰ কোনো জটিল সমস্যা আছে নেকি? চেন্নাইৰ এপ’ল’ হস্পিটেলৰ চিকিৎসা সেৱা এতিয়া আপোনাৰ কাষত… দৈনন্দিন বাৰ্তা - October 28, 2026 এনকাউণ্টাৰৰ ভয়ে খেদিছে ঘনকান্ত গগৈকঃ ঘনকান্তৰ সুৰক্ষাক লৈ আদালতৰ নিৰ্দেশনা… দৈনন্দিন বাৰ্তা - October 28, 2026 কালঘূৰ্ণী অৰ্ণৱৰ ভয়ংকৰ ৰূপঃ সমুদ্ৰত দেখিবলৈ পোৱা গৈছে বৃহৎ ঢৌ দৈনন্দিন বাৰ্তা - October 28, 2026