যোৰহাট জিলা টীয়ক চেলেংহাটৰ সমাজ কৰ্মী তথা বিশিষ্ট শৰীৰ চৰ্চাবিদ তুষাৰ পাললৈ আগবঢ়োৱা হৈছে ‘ৰাষ্ট্ৰীয় সমাজ সেৱা ৰত্ন বঁটা’ । ১০ বছৰ অধিক সময় ধৰি সমাজ কৰ্মী পালে সমগ্ৰ যোৰহাট জিলাত ড্ৰাগছ আৰু সুৰাৰ বাবে বিভিন্ন অঞ্চলত সজাগতা শিবিৰ অনুষ্ঠিত কৰি আহিছে । উল্লেখ যে এই জন সমাজ কৰ্মীয়ে মহামাৰী কৰ’না ভাইৰাছৰ সময়টো হোম কোৰাণ্টাইন হৈ থকা পৰিয়ালৰ লগতে দৰিদ্ৰ পৰিয়ালৰ মাজতো নিজা একক প্ৰচেষ্টাৰে খাদ্য সামগ্ৰী যোগান ধৰি মহানুভৱতা দাঙি ধৰিছে। এইজন সমাজ কৰ্মী তুষাৰ পালক ড্ৰাগছ আৰু নিচা জাতীয় দ্ৰব্যৰ বিৰুদ্ধে অত্যধিক সময় সজাগতাৰ শিবিৰ কৰি অহাৰ বাবে ১৫ জুন ২০২১ তাৰিখে দিল্লীত এই ৰাষ্ট্ৰীয় সমাজ সেৱা ৰত্ন বঁটা প্ৰদান কৰিব। বৰ্তমান এই খবৰ পাই সকলোৱে ধন্যবাদ জ্ঞাপন কৰিছে তুষাৰ পালক ।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- ২৬/১১ মুম্বাই কাণ্ডৰ প্ৰধান অভিযুক্ত আজমল কাছাবক ফাঁচীকাঠত ওলোমোৱা আইনজীৱী উজ্জ্বল নিকামে লাভ কৰিলে বিজেপিৰ টিকট
- কংগ্ৰেছৰ এই যুঁজ দেশক ৰক্ষা কৰা আৰু দেশৰ সংবিধানক ৰক্ষা কৰাৰ যুঁজঃ কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে
- কৰ্ণাটকত কংগ্ৰেছৰ ক্ষতি কৰিছে ডি কে শিৱকুমাৰ বা সিদ্ধাৰামাইয়াইঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা…
- ইউৰোপীয় ইউনিয়নৰ খাদ্য সুৰক্ষা কৰ্তৃপক্ষৰ ভয়ংকৰ তথ্য! ভাৰতৰ ৫২৭ বিধ খাদ্যত পোৱা গৈছে কৰ্কট ৰোগ সৃষ্টিকাৰী ৰাসায়নিক পদাৰ্থ…
- অভিনেতা চুনু ছুদৰ হোৱাটছএপ একাউণ্ট ব্লক! ৩৬ ঘণ্টাৰো অধিক সময় হোৱাটছএপ বন্ধ হৈ থকাত প্ৰতিক্ৰিয়া প্ৰকাশ অভিনেতাগৰাকীৰ…
- সাগৰীয় ঘূৰ্ণি টৰ্ণেডোত ৫জনকৈ লোকৰ মৃত্যু দক্ষিণ চীনৰ গুয়াংঝৌত…
- এই ৩টা অভ্যাস তৎক্ষণাত এৰি দিয়ক, নহ’লে সলনি কৰক এই ৩টা অভ্যাস…
- ১১-১২ মে’ত গোগামুখ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত কেন্দ্ৰীয় ব’হাগী বিদায় উৎসৱঃ চহা শিল্পী চক্ৰপতি দেউৰীলৈ শিল্পী অই আপ্পুন গণেশ পেগু বঁটা…
- অসমৰ কল্যান আৰু উন্নতি বিচৰাসকলে ভাজপা-মিত্ৰজোঁটক জয়যুক্ত কৰিবঃ অজন্তা নেওগ…
- পিতৃ-মাতৃৰ সপোন সাৰ্থক কৰাৰ অপ্ৰাণ চেষ্টা ন-শিল্পী পাৰ্থ প্ৰতীম দাসৰ…