ৰাজ্য চৰকাৰ ৰ স্বাস্থ্য আৰু পৰিয়াল কল্যান বিভাগৰ সহযোগ ত আৰু raised ৰ উদ্যোগ ত গুৱাহাটী মহানগৰ ৰ হেঙাৰবাৰী, পাঞ্জাৱৰী,পাণ্ডু,ফাঁচী বজাৰ,বেটকুচি অঞ্চলত বিগত ২১মে তাৰিখৰ পৰা ১৮-৪৪বছৰ ৰ অন্তৰ্গত লোকক কোভীষিল্ড ভেকচিন প্ৰদান কৰি থকা হৈছে আৰু ইয়াৰ লগতে ৪৫বছৰ ৰ ওপৰৰ লোক ক ও ভেকচিন প্ৰদান কৰি থকা হৈছে।ৰাতিপুৱা ৯.৩০ ৰ পৰা দুপৰীয়া১.৩০ বজালৈ কেন্দ্ৰ কেইটা ত ভেকচিন প্ৰদান কৰি থকা হৈছে।বেটকুচি কেন্দ্ৰটো ত জাগ্ৰত যুৱ সমাজ ৰ সদস্য সকলে যথেষ্ট সহায় সহযোগিতা আগবঢ়াই আহিছে।ইয়াৰ উপৰিও ৩০মে পৰা লালমাটি ৰ গুৰুদ্বাৰ ত আন এটা ভেকচিন কেন্দ্ৰ ও আৰম্ভ কৰা হৈছে।উক্ত কেন্দ্ৰ সমূহ ত বিনামূলীয়া কৈ এই ভেকচিন প্ৰদান কৰি থকা ৰ লগতে covid পৰীক্ষা ও কৰি থকা হৈছে।কেন্দ্ৰ সমূহ ত বিনামূলীয়া ভেকচিন গ্ৰহণ কৰিবলৈ সকলো কে সংগঠন ৰ সম্পাদক বংকিম শৰ্মা ই অনুৰোধ জনাইছে
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- প্ৰাক্তন শিক্ষামন্ত্ৰী তথা ৰঙিয়া সমষ্টিৰ প্ৰাক্তন বিধায়ক থানেশ্বৰ বড়োৰ দেহাৱসান…
- সীতামাঢ়ীত দেৱী সীতাৰ মন্দিৰ নিৰ্মাণ কৰিব বিজেপিয়ে, বিহাৰৰ মেগা ৰেলীত অমিত শ্বাহৰ প্ৰতিশ্ৰুতি…
- গাখীৰ চাহ নাখাব! চাহ আৰু কফি সেৱনৰ বাবে দিলে নতুন নিৰ্দেশনা…
- অসমসহ উত্তৰ পূবৰ হজযাত্রা আৰম্ভ , ৩২২ জন হজযাত্ৰী লৈ বিশেষ বিমান যাত্ৰা কৰিলে ছৌদি আৰব অভিমুখে
- বিহু পতাক কেন্দ্ৰ কৰি দৰঙৰ বামুনঝাৰত সংঘাট , প্ৰশাসনৰ মধ্যস্থতাত সংঘাটৰ অৱসান
- দৈনন্দিন বাৰ্তাৰ বাতৰিৰ প্ৰভাৱ, লোক নিৰ্মান বিভাগে আঁতৰালে যমদুত ৰুপী পুল
- কটন বিশ্ববিদ্যালয়ৰ ভূমি সংক্ৰান্তীয় বিষয়ত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপক শিক্ষক সংস্থাৰ আদৰণি…
- ধুবুৰীৰ নিৰুদিষ্ট অনিমা ৰায়ৰ দুমাহে নোলাল সন্ধান…
- কটন বিশ্ববিদ্যালয়ৰ ভূমি সংক্ৰান্তীয় বিষয়ত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপক শিক্ষক সংস্থাৰ আদৰণি…
- খানামুখত সাংবাদিক ৰজত বৈশ্যৰ স্মৃতিচাৰণ সভা সম্পন্ন…