আজি কেৰালামত নতুন চৰকাৰৰ শপতগ্ৰহণ।
মুখ্যমন্ত্ৰী হিচাপে শপত ল’ব ভি ডি সতীশনে।
তিৰুৱন্তপুৰমৰ চেন্ট্রেল ষ্টেডিয়ামত হ’ব শপতগ্ৰহণ সমাৰোহ।
পুৱা ১০ বজাৰ পৰা হ’ব শপতগ্ৰহণ সমাৰোহ।
ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধী, মল্লিকাৰ্জুন খৰ্গে উপস্থিত থাকিব শপতগ্ৰহণ সমাৰোহত।
বহুকেইগৰাকী কংগ্ৰেছৰ জ্যেষ্ঠ নেতাও শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব।
শপতগ্ৰহণ সমাৰোহৰ সাক্ষী হ’ব কেৰালামৰ এক লক্ষ জনতা।
একদশকৰ পাছত কংগ্ৰেছৰ সমৰ্থনত চৰকাৰ গঠন কৰিব UDF-এ।

