আজিৰে পৰা ষষ্ঠদশ অসম বিধানসভাৰ অধিৱেশন

আজিৰে পৰা ষষ্ঠদশ অসম বিধানসভাৰ অধিৱেশন।

৪দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব অধিৱেশন।

ৰাজ্যপালৰ অভিভাষণেৰে আৰম্ভ অধিৱেশনৰ কাৰ্যসূচী।

আজি শপত ল’ব নৱনিৰ্বাচিত ১২৫ গৰাকী বিধায়কে।

৪দিনীয়া অধিৱেশনত উত্থাপন হ’ব কেইবাখনো বিধেয়ক।

অধিৱেশনত উত্থাপন হ’ব উমৈহতীয়া দেৱানী বিধি বিধেয়কো।

অনুষ্ঠিত হ’ব অধ্যক্ষ নিৰ্বাচন।

Related Articles