পুলৱামা কাণ্ডৰ মাষ্টাৰ মাইণ্ডক গুলীয়াই হ*ত্যা

পুলৱামাৰ মাষ্টাৰমাইণ্ডক গুলীয়াই হ*ত্যা।

পুলৱামাৰ মাষ্টাৰমাইণ্ড হামজা বুৰহানক গুলীয়াই হত্যা।

পাকিস্তানত অজ্ঞাত লোকে হত্যা কৰে সন্ত্রাসবাদীটোক।

POKৰ মুজাফৰাবাদত হত্যা কৰে বুৰহান হামজাক।

অজ্ঞাত লোকে গুলীয়ালে বুৰহান হামজাক।

পুলৱামাকাণ্ডৰ মাষ্টাৰ মাইণ্ড আছিল হামজা।

Related Articles