ৰাজ্যৰ ভিন্ন প্ৰান্তত আৰক্ষীৰ ড্ৰাগছ আৰু জুৱা বিৰোধী অভিযান তীব্রতৰ কৰাৰ সমান্তৰালকৈ বৰপেটা আৰক্ষীও এই ক্ষেত্ৰত পিছ পৰি থকা নাই। সময়ে সময়ে বৰপেটাৰ আৰক্ষীয়ে এনে দুষ্ট চক্ৰৰ বিৰুদ্ধে অভিযান চলাই গৈছে। বিভিন্ন অপৰাধীৰ ৰৈম্য ভূমিত পৰিণত হৈ পৰিছে বৰপেটা। বৰপেটা আৰক্ষীয়ে এটাৰ পিছত এটা অভিযান চলাই গৈছে।আৰক্ষীয়ে বৰপেটাৰ সনকুছি কলনীত এটা জুৱাৰ ঘাটি উচ্ছেদ কৰে। সনকুছি কলনীৰ এটা ফ্লেটৰ পৰা ৪ জন জুৱাৰী আটক কৰিবলৈ সক্ষম হয়।লগতে জব্দ কৰে জুৱাৰ সামগ্ৰীসহ নগধ ধন। ধৃত ৪ জুৱাৰী ক্ৰমে আব্দুৰ ৰহমান, আমজাদ আলী,সুদীপ কৰ্মকাৰ আৰু আছাদুল ইছলাম । বিভিন্ন প্ৰান্তৰ পৰা আহি বৰপেটাত বাহৰ পতা চাৰি যুৱকে জুৱা খেলিবৰ বাবেই ভাড়ালৈ লৈছিল ফ্লেটটো*।দীৰ্ঘদিন আগৰ পৰা ফ্লেটটোত জুৱাৰ আড্ডা চলাই আহিছিল।অৱশেষত গোপন সূত্ৰৰ খবৰ অনুসৰি আৰক্ষীয়ে জুৱাৰ ঘাটিটো উৎখাত কৰিবলৈ সক্ষম হয় ।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- দুৰ্ঘটনাত পতিত ইৰাণৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰাইছিৰ হেলিকপ্টাৰ! সামাজিক মাধ্যমযোগে প্ৰতিক্ৰিয়া প্ৰকাশ প্ৰধানমন্ত্ৰী মোদীৰ…
- আজি দেশত লোকসভাৰ পঞ্চম পৰ্যায়ৰ নিৰ্বাচন, ভাগ্য নিৰ্ণয় হ’ব ৰাজনাথ সিং, স্মৃতি ইৰাণী; ৰাহুল গান্ধীৰ…
- ফিটনেছৰ ১৫ তম গৌৰৱময় বৰ্ষ উদযাপন গোল্ড জিম গণেশগুৰিৰ…
- বিশিষ্ট শিক্ষাবিদ-সমাজকৰ্মী কুঞ্জমোহন বৰাক কলেজ অৱ এডুকেশ্বন নগাঁৱৰ সম্বৰ্দ্ধনা…
- নগাঁও মহাবিদ্যালয় (অট’নমাচ)ৰ এন এছ এছ গোটৰ বিশেষ শিবিৰ…
- অসমীয়া অভিধান চোৱাৰ কৌশল আৰু বানানৰ সমস্যা শীৰ্ষক কৰ্মশালা সম্পন্ন….
- বৰো ধানৰ খেতিৰে দেউছতালত সেউজ বিপ্লৱ উদ্যমী কৃষক বলেশ্বৰ ৰংপীৰ; ধান কটা পৰ্ব আৰম্ভ…
- অসম আৰক্ষীৰ প্ৰাক্তন ফুটবল খেলুৱৈ মৰিগাঁৱৰ বিশিষ্ট নাগৰিক মমিন বৰদলৈৰ দেহাৱসান…
- বঙাইগাঁৱত চৰম লজ্জানত ঘটনা ! প্ৰেমিক- প্ৰেমিকাৰ ওপৰত মধ্যযুগীয় আসুৰিক অত্যাচাৰ ! পাঁচ নৰপিশাচক আটক…
- ছিপাঝাৰত ছাগলী চোৰ বিপদত! মুখত ক’লা টেপ লগোৱা অৱস্থাত উদ্ধাৰ হ’ল ছাগলী…