আজি বিশ্ব পৰিবেশ দিৱস । সেই উপলক্ষে আজি ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত পালন কৰা হৈ বিশ্ব পৰিবেশ দিৱস। সেইমৰ্মে পশ্চিম নলবাৰী ৩০(২) দক্ষিণ পকোৱা গাওঁ পঞ্চায়ত জাগাৰাত বিশ্ব পৰিবেশ দিৱস উপলক্ষে বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰা হয় । এই কাৰ্যসূচীত উপস্থিত থাকে পঞ্চায়ত খনৰ সভাপতি অজিত বৈশ্য,সচিব ভবানী ভট্ট,আঞ্চলিক সদস্য গীতা ডেকা,১৮৭ নং জাগাৰা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক গোকুল ডেকা সহ প্ৰমুখ্যে বহু কেইগৰাকী ব্যক্তি উপস্থিত থাকে । আনহাতে পশ্চিম নলবাৰীৰ দাৰিকা নাথ লক্ষ্মীপ্ৰিয়া হাইস্কুল,জাগাৰাত এন এ.এ.পি.আই.এ. ৰ উদ্যোগত বিশ্ব পৰিবেশ দিৱস উপলক্ষে বৃক্ষৰোপণ আৰু অনলাইন যোগ অনুশীলনৰ কাৰ্যসূচী পালন কৰা হয় । এই কাৰ্যসূচীত উপস্থিত থাকে নলবাৰী এন.এ.এ পি.আই.এ ৰ পংকজ বেজবৰুৱা আৰু বিদ্যালয়খনৰ কৰ্তৃপক্ষ । তদুপৰি বিশ্ব পৰিবেশ দিৱস উপলক্ষে সম্পূৰ্ণ কোভিড প্ৰটোকল মানি নলবাৰীৰ ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘ জাপাৰকুছি শাখাৰ সহযোগত বিশ্ব হিন্দু পৰিষদ নলবাৰী সমিতিয়ে সামাজিক ক্ষেত্ৰ খনৰ লগত জৰিত বিশিষ্ট ব্যক্তি সকলৰ দ্বাৰা বৃক্ষৰোপণ আৰু আৰ্থিক ভাৱে কিছু অনগ্ৰসৰ লোকৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰে । এই কাৰ্যসূচী ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘ নলবাৰী বিভাগ প্ৰচাৰক জ্ঞানমোহন মণ্ডল, ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘ জাপাৰকুছি শাখাৰ ভবেশ বৰ্মন, বিশ্ব হিন্দু পৰিষদ নলবাৰীৰ উপ সভাপতি অজিত শৰ্মা, আন্তঃৰাষ্ট্ৰীয় কংফু খেলুৱৈ ধৰ্মেশ্বৰ হালৈ সহ সংঘৰ বিষয়ববীয়া-সদস্য সকলৰ লগতে প্ৰমুখ্যে বহু কেইজন ব্যক্তি উপস্থিত ।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- দেৰগাঁৱৰ অগ্ৰণী ইংৰাজী মাধ্যমৰ শিক্ষা প্ৰতিষ্ঠান শিশু ভাৰতী হায়াৰ চেকেণ্ডাৰী স্কুলৰ ৪৭তম প্ৰতিষ্ঠা দিৱস সম্পন্ন…
- মহানগৰীৰ খানাপাৰাত নিশা ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত অট’ চালক…
- যোৰহাটৰ মূৰমূৰীয়া চাহ বাগিচাত পত্নী-পুত্ৰই জীৱন্তে জ্বলাই দিলে পালোৱান নামৰ এজন লোকক…
- পদুমনিত কাৰ হেমাহিত বিশুদ্ধ খোৱা পানীৰ সেৱনত বঞ্চিত তিনি শতাধিক পৰিয়াল…
- হাৰিয়ানাৰ কুণ্ডলী-মানেছাৰ-পালৱাল এক্সপ্ৰেছৱে’ত চলন্ত বাছত জুই লাগি ১০জন যাত্ৰীৰ মৃত্যু…
- বঙাইগাঁৱত অটোৰ ওপৰতে বাগৰি পৰিল গছঃ এজনৰ মৃত্যু , আহত আন এজন
- ক্ৰীড়াৰ জড়িয়তে মানব সম্পদ গঢ়াৰ প্ৰচেষ্টা ডঃ অৰ্চনা ভট্টাচাৰ্যৰ
- অসমলৈ সম্প্ৰসাৰণ হ’ল ৰয়েল ৰাজস্থান ফাউণ্ডেচনৰ পিংক প্ৰ’মিছ পদক্ষেপ
- কটন বিশ্ববিদ্যালয়ত আন্তৰ্জাতিক সংগ্ৰহালয় দিৱস উপলক্ষে প্ৰদৰ্শনী
- পাৰ্শ্বৱৰ্তী শ্ৰমিক ঐক্যমঞ্চৰ প্ৰতিবাদত উত্তাল নুমলীগড় শোধনাগাৰৰ প্ৰগতি দুৱাৰ…