বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি দৰঙৰ চিপাঝাৰ সমষ্টিটোক সেউজী কৰাৰ লক্ষ্যৰে দুমাহ জোৰা গছপুলি ৰোপন অভিযান আৰম্ভ কৰে৷
বিধায়ক ড° পৰমানন্দ ৰাজবংশীৰ উদ্যোগত আৰম্ভ হোৱা এই অভিযানত উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱগোস্বামী, অসম সাহিত্য সভাৰ উপ সভানেত্ৰী মৃণালিনী দেৱী , শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ সচিব সুদৰ্শন ঠাকুৰে ঐতিহাসিক খটৰা সত্ৰ, ৰত্নাৱলী সত্ৰ, স’লগুৰি সত্ৰকে ধৰি অঞ্চলটোৰ বিভিন্ন অনুষ্ঠানত বৃক্ষৰ পুলি ৰোপণ কৰে।
একেদৰে অসম জ্ঞান বিজ্ঞান সমিতিয়ে, ধ্বংস প্ৰাপ্ত বৈৰাগীঝাৰ বনাঞ্চলত পুনৰ প্ৰতিষ্ঠাৰ বাবে গছপুলি ৰোপণ কাৰ্যসূচী গ্ৰহণ কৰে ।
নামখলাত বিশ্ব পৰিবেশ দিৱসৰ লগত সংগতি ৰাখি ছিপাঝাৰ সমষ্টিৰ বিভিন্ন ঠাইত গছপুলি ৰোপন

