ছচিয়েল মিডিয়াত শেহতীয়াকৈ ব্যাপক ভাবে চৰ্চিত হৈছে নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ।ধুবুৰীৰ পৰা বদলি হৈ নগাঁৱলৈ অহাৰ পিছৰে পৰা ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে আৰক্ষী অধীক্ষকগৰাকী কিন্তু শেহতীয়াকৈ আনন্দ মিশ্ৰৰ সন্দৰ্ভত মঙলদৈৰ প্ৰাক্তন সাংসদ ৰমেন ডেকাই ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰা এটা পোষ্টকলৈ সৰ্বত্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । আৰক্ষী বিষয়াগৰাকীৰ জনপ্ৰিয়তাক কৃত্ৰিম আৰু সংবাদ মাধ্যমৰ সৃষ্ট বুলি অভিহিত কৰি ক্ষোভ উজাৰিছে প্ৰাক্তন সাংসদগৰাকীয়ে। লগতে বিচাৰিলে NIAৰ তদন্ত।আনন্দ মিশ্ৰ ধুবুৰীৰ আৰক্ষী অধীক্ষক হিচাপে থকাৰ সময়ছোৱাৰো উচিত তদন্ত বিচাৰিলে প্ৰাক্তন সাংসদগৰাকীয়ে। সাংসদগৰাকীৰ মতে, উচিত তদন্ত হ’লে বহু ৰহস্য পোহৰলৈ আহিব। উল্লেখ্য যে, ধুবুৰীত আৰক্ষী অধীক্ষক হিচাপে ১০ মাহ কৰ্মৰত আছিল আই পি এছ আনন্দ মিশ্ৰ।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- মেট্ৰিকত ৫৯% পাই বৰ্তমান University College London ৰ সহযোগী অধ্যাপক অসমৰ ডঃ বুদ্ধ ডেকা বৰুৱা…
- ধূমপান এৰিলেই নহ’ব! হাওঁফাওঁৰ বাবে খাব লাগিব এই ৭টা খাদ্য…
- দুভাগত বিভক্ত হ’ল দেশৰ ১২৭ বছৰ পুৰণি গডৰেজৰ ব্যৱসায়…
- জামুগুৰিহাটৰ চকীঘাটৰ সমীপৰ চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাই পথত ভয়ংকৰ দুৰ্ঘটনাত থিতাতে নিহত এজন…
- চীন-পাকিস্তানক প্ৰত্যাহ্বানঃ নৌসেনাৰ শক্তি বৃদ্ধি কৰি ভাৰতে পৰীক্ষণ কৰিলে এণ্টি-ছাবমেৰিন মিছাইল প্ৰণালী…
- মানুহ মৰি শেষ হৈ যাওক, কংগ্ৰেছৰ কোনো মতলব নাছিল, বিটিআৰত ১৭ বছৰে বিপিএফে অকল হত্যা-হিংসাৰ পৰিৱেশ সৃষ্টি কৰিছিলঃ মন্ত্ৰী পীয়ূষ হাজৰীকা
- ৰঙিয়া মৰাণজানাত ভয়ংকৰ দুৰ্ঘটনাত এজন চাইকেল আৰোহীৰ মৃত্যু…
- মানাহ ৰাষ্ট্ৰীয় উদ্যানত গা ধুবলৈ গৈ নিখোজ তিনি যুৱক, সন্ধান নাই দ্বীপ, অভিজিতৰ…
- ডিমা হাছাওৰ ডিটকছেৰাত বাছ দুৰ্ঘটনাত এজন লোকৰ মৃত্যু…
- ৫ লাখ ভোটৰ ব্যৱধানত জয়ী হ’ব ফণীভূষণ চৌধুৰী, কংগ্ৰেছৰ দিনত টকা দিলেহে চাকৰি পাইছিল, কিন্তু আজি সেই পৰিৱেশ নাইঃ মন্ত্ৰী জয়ন্ত মল্লবৰুৱা…