Breaking

ৰহাৰ সাহসী বোৱাৰী নিহাৰিকা দাসৰ শহুৰেক থুলেশ্বৰ দাসৰ নিশা GMCHত চিকিৎসাধীন অৱস্থাত মৃত্যু ।

0 543

অথলে গল নিহাৰিকাৰ প্ৰচেষ্টা পিতৃ স্নেহৰ অপূৰ্ব নিদৰ্শনৰ ছবি ভাইৰেল হৈ পৰিছিল ছচিয়েল মিডিয়াত।অৱশেষত নিয়তিৰ ওচৰত হাৰ মানি নিহাৰিকাৰ শহুৰেক থুলেশ্বৰ দাসৰ নিশা ১০.৩০ বজাত মৃত্যু হয় । উল্লেখযোগ্য যে নিহাৰিকাৰ পিতৃস্নেহৰ অপূৰ্ব নিদৰ্শনৰ ছবি ভাইৰেল হৈ পৰিছিল ছচিয়েল মিডিয়াত। কোভিড আক্ৰান্ত শহুৰ দেউতাকক নিজেই বোকোচাত তুলি গাড়ীত উঠাই চিকিৎসালয়লৈ নিছিল নিহাৰিকাই। যাৰ ফলত নিজেও হৈ পৰিছিল কোভিড পজিটিভ।

Leave A Reply