দুর্দান্ত গ’লেৰে বিশ্বকাপৰ ( Lionel Messi) অভিযান আৰম্ভ কৰিলে মেছীয়ে। প্ৰথমাৰ্ধৰ ১৭ মিনিটতে দুর্দান্ত গ’ল লিঅ’নেল মেছীৰ।
ফিফা বিশ্বকাপত ২০২৬ হেটট্রিক অৰ্জন কৰা প্ৰথমজন খেলুৱৈ লিঅ’নেল মেছীৰ।
অন্তিম বিশ্বকাপৰ প্ৰথম মেচত হেটট্ৰিক লিঅ’নেল মেছিৰ।
আলজেৰিয়াৰ বিৰুদ্ধে ধাৰাবাহিক ৩টা গল স্ক’ৰ মেছিৰ।
বিশ্বকাপত জয়ৰে অভিযান আৰম্ভ ডিফেণ্ডিং চেম্পিয়ন আৰ্জেণ্টিনাৰ।
আলজেৰিয়াক ৩-০ গলৰ ব্যৱধানত পৰাস্ত আৰ্জেণ্টিনাৰ।
বিশ্বকাপত সৰ্বাধিক গ’লৰ অভিলেখ স্পৰ্শ মেছিৰ।
মিৰ’শ্লেভ ক্ল’জৰ অভিলেখ স্পৰ্শ তাৰকা ফুটবলাৰগৰাকীৰ।
১৬টা গ’লেৰে ফিফা বিশ্বকাপত এই অভিলেখ লিঅ’নেল মেছিৰ।

