অম্বুবাচীলৈ ৫ দিন বাকীঃ ২২ জুনৰ পৰা কামাখ্যা ধামত অম্বুবাচী মেলা

অম্বুবাচীলৈ মাজত আছে মাত্ৰ ৫ দিন।

২২ জুনৰ পৰা কামাখ্যা ধামত অম্বুবাচী মেলা।

ভক্তপ্ৰাণ ৰাইজক আদৰিবলৈ সাজু কামাখ্যা ধাম কৰ্তৃপক্ষ।

ইতিমধ্যে বিভিন্ন লোকে ভিৰ কৰিছে কামাখ্যা ধামত।

শিং বাবাকেই চাব নে আঙঠি বাবাকেই চাব।

গদা আৰু ত্ৰিশূল লৈ বিশেষ আকৰ্ষণ নাগা বাবাৰ।

মা কামাখ্যা ধামত ঘূৰিছে এতিয়া মহাকাল বাবাৰ সুদৰ্শন চক্ৰ।

শক্তি বিচাৰি শক্তিপীঠলৈ আগমণ দেশ-বিদেশৰ সাধু।

২২ জুনৰ নিশা ৯ বাজি ৮ মিনিট ৪২ ছেকেণ্ডত হ’ব প্ৰবৃত্তি।

২৬ জুনৰ পুৱা নিত্য পূজাৰ পাছতে খোল খাব শক্তিপীঠৰ দুৱাৰ।

Related Articles