অম্বুবাচীলৈ মাজত মাত্র ৪ দিনঃ আহি গ’ল SOP

অম্বুবাচীক লৈ বিশেষ নির্দেশনা।

নাৰ্ছাৰী পইণ্টৰ পৰা যান বাহন চলিবলৈ দিয়া নহ’ব।

নিশা ১১ৰ পৰা পুৱা ৫বজালৈ খাদ্য সামগ্ৰীৰ বাহন যাব।

পথত কার্পেটিং, ৰাজহুৱা ঘোষণাৰ ব্যৱস্থা কৰা হ’ব।

খাদ্য পৰিদৰ্শকসকলে চোৱা চিতা কৰিব আহাৰৰ মান।

বিশেষভাৱে সক্ষম, জ্যেষ্ঠ নাগৰিকৰ বাবে ব্যৱস্থা।

পাণ্ডু পথে দি ফেৰী কাৰ চলিব।

সোণাৰাম স্কুল খেলপথাৰৰ পৰা ফেৰী কাৰৰ ব্যৱস্থা।

পাণ্ডু প’র্টলৈ যাব লগা বাহনবোৰ আদাবাৰী হৈ যাব।

জালুকবাৰীৰ পৰা অহা বাহন মালিগাঁৱলৈ আহিব নোৱাৰিব।

পাব্লিক বাছবোৰ উৰণসেতুৰ ওপৰেৰে যাব পাৰিব।

যাত্ৰীসকলৰ বাহন উৰণসেতুৰ তলৰ ছাৰ্ভিচ ৰোডৰে যাব নোৱাৰিব।

VIP বা বিশেষ দর্শনব বাবে জিলা প্ৰশাসনৰ জৰিয়তে আগতীয়াকৈ কৰিব লাগিব আবেদন।

VIP-এ ল’ব নোৱাৰিব হঠাতে সুবিধা।

সাধাৰণ দৰ্শনাৰ্থীৰ বাবে গ্রহণ অনলাইন টিকট বুকিঙৰ ব্যৱস্থা।

বাহন পার্কিঙৰ বাবে ভক্তসকলে ব্যৱহাৰ কৰিব লাগিব নির্দিষ্ট পার্কিং স্থানসমূহ।

মন্দিৰ চৌহদত প্লাষ্টিকৰ ব্যৱহাৰ সম্পূৰ্ণ নিষিদ্ধ।

নির্দিষ্ট স্থানতহে ৰাখিব পাৰিব জোতা-চেন্দেল।

অম্বুবাচীৰ সময়ছোৱাত ভিৰ নিয়ন্ত্ৰণ কৰিবলৈ জিলা প্রশাসনে জাৰি কৰিছে কঠোৰ নিয়ম।

Related Articles