June 18, 2026 সত্ৰীয়া সংস্কৃতিৰ সাধক মাণিক বৰবায়নলৈ বিষ্ণু ৰাভা বঁটা Share FacebookTwitterWhatsAppTelegramKooEmail ২০২৬ বৰ্ষৰ বিষ্ণু ৰাভা বঁটা ঘোষণা। সত্ৰীয়া সংস্কৃতিৰ সাধক মাণিক বৰবায়নলৈ বিষ্ণু ৰাভা বঁটা। কলা-সংস্কৃতিৰ ক্ষেত্ৰখনলৈ অনবদ্য অৱদানৰ বাবে মাণিক বৰবায়নলৈ ৰাজ্যিক পৰ্যায়ৰ সন্মানীয় বিষ্ণু ৰাভা বঁটা ঘোষণা। Author: দৈনন্দিন বাৰ্তা Related Articles সাহায্য় সামগ্ৰী, ঔষধ লৈ নেপালত ভাৰতীয় বায়ু সেনাৰ দলঃ ৩০০ ভাৰতীয় নিৰুদ্দেশ, মৃত্যু ১৬৫ জনৰ দৈনন্দিন বাৰ্তা - August 27, 2026 বীৰ লাচিত সেনাৰ মানস জ্যোতি চেতিয়াৰ ৰহস্যজনক মৃত্যুৰ সন্দৰ্ভত দুজনক আটক দৈনন্দিন বাৰ্তা - August 27, 2026 জলবিস্ফোৰত বিধ্বস্ত নেপালঃ বানত নিখোজ হাজাৰ হাজাৰ লোক দৈনন্দিন বাৰ্তা - August 27, 2026