ইৰানৰ সৈতে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ ড’নাল্ড ট্ৰাম্পৰ

যুদ্ধৰ আনুষ্ঠানিক সমাপ্তি!

আমেৰিকা-ইৰাণৰ শান্তি চুক্তিত স্বাক্ষৰ।

ইৰানৰ সৈতে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ ড’নাল্ড ট্ৰাম্পৰ।

কি আছে আমেৰিকা-ইৰাণৰ মাজত বুজাবুজি চুক্তিত-

লেবাননকে ধৰি সকলো ফ্রণ্টতে স্থায়ী শান্তি চুক্তি।

ইৰানৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ নকৰাৰ প্রতিশ্রুতি আমেৰিকাৰ।

দিনৰ ভিতৰত আমেৰিকাৰ নৌ সেনাৰ প্রতিবন্ধকতা প্রত্যাহাৰ।

ইৰানৰ পৰা আমেৰিকাৰ সৈন্য শক্তি প্রত্যাহাৰ।

ইৰানীয়ান চুক্তিৰ অধীনত হৰমুজ প্রণালী ৩০ দিনত পুনৰ মুকলি।

ইৰানৰ পুনৰনিৰ্মাণৰ বাবে আমেৰিকা, সহযোগী দেশে ব্যয় কৰিব ৩০০ বিলিয়ন ডলাৰ।

ইৰানৰ তেল আৰু শক্তি উৎপাদনত প্ৰত্যাহাৰ কৰিব লাগিব প্রতিবন্ধকতা।

পাৰমাণৱিক অস্ত্ৰ উৎপাদন নকৰাৰ সম্পূৰ্ণ নিশ্চিয়তা দিব লাগিব ইৰানে।

ইৰানৰ কাষৰীয়া অঞ্চলত সৈন্য শক্তি বৃদ্ধি নকৰাৰ নিশ্চিয়তা আমেৰিকাৰ।


Related Articles