শোকাৱহ দুৰ্ঘটনাঃ তিনি ভাতৃে একেলগে সাৱটিলে কৰুণ মৃত্যুক

নিশা আলহীৰ ঘৰলৈ বিয়াৰ খবৰ ল’বলৈ আহি ঘূৰি যাবলৈ নাপালে তিনি ভাতৃ।

কেতিয়াও নভবা ঘটনা সংঘটিত তিনি ভাতৃৰ সৈতে।

তিনি ভাতৃে একেলগে সাৱটি ল’লে কৰুণ মৃত্যুক।

ৰঙিয়াত ভয়াবহ পথ দুৰ্ঘটনাত নিহত হয় একেটা পৰিয়ালৰে তিনি যুৱক।

নিহত তিনি ভাতৃ ক্ৰমে মাজৰুল হুছেইন ,জুবেইড হুছেইন, চুলতান আলী।

ঘটনাৰ স্থান ৰঙিয়াৰ সমীপৰ খন্দিকৰৰ তৰাবাৰী।

বাইক-ব’লেৰ’ পিকআপ বাহনৰ সংঘৰ্ষত চিৰবিদায় মাজৰুল হুছেইন, জুবেইড হুছেইন, চুলতান আলীৰ।

তিনি পুত্ৰক হেৰুওৱা ঘৰখনত কান্দোনৰ ৰোল।

Related Articles