কাইলৈৰ পৰা নীলাচলত অম্বুবাচী মহাযোগ

কাইলৈৰ পৰা অম্বুবাচী মহাযোগ।

২২ জুনৰ নিশা ৯ বাজি ৮ মিনিট ৪২ ছেকেণ্ডত প্ৰবৃত্তি।

ভক্তপ্ৰাণ ৰাইজক আদৰিবলৈ সাজু কামাখ্যা ধাম কৰ্তৃপক্ষ।

ইতিমধ্যে কামাখ্যালৈ আগমন ঘটিছে ভিন্ন বেশভূষাৰ বাবাৰ।

২৫ জুনৰ নিশা ১২ বাজি ২ মিনিট ১৩ ছেকেণ্ডত অম্বুবাচীৰ নিবৃত্তি।

২৬ জুনৰ পুৱাই ভক্তৰ বাবে খুলি দিব মন্দিৰৰ দুৱাৰ।

Related Articles