প্ৰৱঞ্চনাৰ গোচৰত ঋষিৰাজ বৰকটকীক গ্ৰেপ্তাৰ

প্ৰৱঞ্চনাৰ গোচৰত ঋষিৰাজ বৰকটকীক গ্ৰেপ্তাৰ।

৩৪.৩৩ কোটি টকাৰ জালিয়াতিৰ অভিযোগত ধৃত ঋষিৰাজক গ্ৰেপ্তাৰ আৰক্ষীৰ।

অৰুণাচলৰ ব্যৱসায়ী ৰাজেশ আগৰৱালৰ অভিযোগৰ ভিত্তিত গ্ৰেপ্তাৰ।

ধৃত প্ৰৱঞ্চকজনক ১০ দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ।

ঋষিৰাজৰ পৰা জব্দ ১.৫ কোটি টকাৰ বিলাসী বাহন, ৫টা মোবাইল ফোন।

ইথানল প্ৰকল্পত বিনিয়োগৰ নামত প্ৰৱঞ্চনাৰ অভিযোগ।


Related Articles