আজি শ্যামকানু, সন্দীপন, সিদ্ধাৰ্থৰ জামিন আৱেদনৰ শুনানি।
আজি সর্বোচ্চ ন্যায়ালয়ত শ্যামকানু মহন্তৰ জামিন আৱেদনৰ শুনানি।
শ্যামকানুৰ জামিন আবেদনৰ শুনানি ল’ব সর্বোচ্চ ন্যায়ালয়ৰ দুজনীয়া বিচাৰপীঠে।
পূর্বে উচ্চ ন্যায়ালয়ে জামিন নাকচ কৰিছিল শ্যামকানু মহন্তৰ।
গুৱাহাটী উচ্চ ন্যায়ালয়ত শুনানি হ’ব সন্দীপন, সিদ্ধাৰ্থৰ জামিন আৱেদনৰ।
ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ আদালতে ল’ব সন্দীপন, সিদ্ধাৰ্থৰ জামিন আৱেদনৰ শুনানি।

