দলঙত পত্নীৰ জন্মদিন পাতি গ্ৰেপ্তাৰ ব্যৱসায়ী।
ভৰলু আৰক্ষীৰ জালত ব্যৱসায়ী গৌতম বৰুৱা।
কুমাৰ ভাস্কৰ বৰ্মা সেতুত পত্নীৰ জন্মদিন পাতিছিল গৌতম বৰুৱাই।
ৰাজপথ আবদ্ধ কৰাৰ অভিযোগত আৰক্ষীৰ ব্যৱস্থা গ্ৰহণ।
জন্মদিনৰ বাবে সেতুত ৰেড কার্পেট পাৰিছিল বৰুৱাই।
সামাজিক মাধ্যমত ভাইৰেল হৈছিল জন্মদিন পালনৰ ভিডিঅ’।
ভাইৰেল ভিডিঅ’ৰ পিছতেই আৰক্ষীৰ পদক্ষেপ।

