ছুপ্রিম ক’ৰ্টত সিদ্ধার্থ শৰ্মাৰ অধিবক্তাৰ নতুনকৈ আবেদন…

ছুপ্রিম ক’ৰ্টত সিদ্ধার্থ শৰ্মাৰ অধিবক্তাৰ নতুনকৈ আবেদন।

জুবিন গাৰ্গ হত্যা গোচৰ অন্য আদালতলৈ স্থানান্তৰ কৰিবলৈ এই আবেদন।

বিশেষ ফাষ্টট্রেক আদালতত গোচৰটো স্বচ্ছভাৱে নচলাৰ অভিযোগ অসম।

চৰকাৰী অধিবক্তাই এই আবেদনক প্রত্যাহ্বান জনাবলৈ বিচাৰিলে সময়।

আজি সিদ্ধার্থ শৰ্মাৰ জামিন আৱেদনৰ শুনানিৰ গ্ৰহণ কৰে আদালতে।

Related Articles