ভেনিজুৱেলাত অনুভূত দুটাকৈ প্ৰচণ্ড ভূমিকম্প।
ৰিখটাৰ স্কেলত ভূমিকম্পৰ প্ৰাবল্য ৭.৫ আৰু ৭.১।
ভূমিকম্পত ক্ষতিগ্ৰস্ত ভেনিজুৱেলাৰ কেইবাখনো চহৰ।
ভূমিকম্পত শতাধিক লোকৰ মৃত্যুৰ আশংকা।
প্ৰচণ্ড ভূমিকম্পত আতংকিত স্থানীয় বাসিন্দা।
ভূমিকম্পৰ ফলত খহিল বহুমহলীয়া অট্টালিকা।
ভগ্নাৱেশৰ মাজত বহু লোক আবদ্ধ হৈ থকাৰ সন্দেহ।
ক্ষতিগ্ৰস্ত এলেকাত আৰম্ভ উদ্ধাৰ অভিযান।

