আজি অম্বুবাচী মহাযোগৰ নিবৃত্তি।
কাইলৈ পুৱা খোলা হ’ব শক্তিপীঠৰ দুৱাৰ।
নিত্য পূজাৰ পাছত ভক্তৰ বাবে মুকলি হ’ব মন্দিৰৰ দুৱাৰ।
দেশ-বিদেশৰ পৰা অহা সাধু-সন্ত ভক্তৰে ভৰিছে কামাখ্যা ধাম।
তপ-জপ,তন্ত্ৰ-মন্ত্ৰ, অলৌকিকতাৰ সমাহাৰ।
নীলাচলৰ বুকুত উখল-মাখলৰ পৰিৱেশ।
অম্বুবাচী উপলক্ষে লাখ লাখ ভক্তৰ সমাগম নীলাচল পাহাৰত।

