June 28, 2026 পুনৰ প্ৰবল ভূমিকম্পই জোকাৰিলে জাপানক পুনৰ প্ৰবল ভূমিকম্পই জোকাৰিলে জাপানক Share FacebookTwitterWhatsAppTelegramKooEmail জাপানৰ উত্তৰ-পূব প্ৰান্তত প্ৰবল ভূমিকম্প। ৰিখটাৰ স্কেলত ভূমিকম্পৰ মাত্ৰা ৬.১। বৰ্তমানেও জানিব পৰা হোৱা নাই ক্ষয়-ক্ষতিৰ পৰিমাণ। বিগত কেইদিনমানত সৰু-বৰ বহুকেইটা জোকাৰণি অনুভূত হৈছে জাপানত। Author: দৈনন্দিন বাৰ্তা Related Articles কোনো শৰীৰ চৰ্চা নাই, তথাপিও মানুহ ১০০ বছৰৰ ওপৰত জীয়াই থাকে; এই পাঁচখন ঠাইৰ মানুহৰ বিষয়ে জানক দৈনন্দিন বাৰ্তা - June 28, 2026 পাকিস্তানৰ কৰাচীত আত্মঘাতী বোমা বিস্ফোৰণ দৈনন্দিন বাৰ্তা - June 28, 2026 হৰমুজ ঘটনাৰ প্ৰত্যুত্তৰত ইৰাণৰ সামৰিক ঘাটিত আমেৰিকাৰ আক্ৰমণ, জে ডি ভাঞ্চৰ কটাক্ষ—‘হিংসাৰ উত্তৰ হিংসাই হ’ব’ । US-Iran War Update দৈনন্দিন বাৰ্তা - June 27, 2026