আজিৰে পৰা সলনি হ’ল বহুকেইটা নিয়ম।
আজিৰে পৰা বাণিজ্যিক চিলিণ্ডাৰৰ দাম হ্ৰাস পালে।
১৮৩.৫০ টকাকৈ হ্ৰাস পালে দাম।
গুৱাহাটীত আজি প্ৰতিটো বাণিজ্যিক চিলিণ্ডাৰৰ দাম ৩ হাজাৰ ১৭৩ টকা ৫০ পইচা।
আজিৰে পৰা আঁতৰিল পেট্রল-ডিজেলক লৈ সকলো নিষেধাজ্ঞা।
টিকট অবিহনে ৰে’লত উঠিলেই ভৰিব লাগিব দুগুণ জৰিমনা ন্যূনতম জৰিমনা ২৫০টকাৰ পৰা বৃদ্ধি কৰি ৫০০ টকা হৈছে।
১.৫ শতাংশৰ পৰা ২.৫ শতাংশলৈকে বৃদ্ধি বাহনৰ মূল্য।
আধাৰ কাৰ্ডত ই-মেইল আপডেট কৰাটো আজিৰে পৰা বিনামূলীয়া।
আজিৰে পৰা ৩১ ডিচেম্বৰলৈ হ’ব সম্পূৰ্ণ বিনামূলীয়া।
আজিৰে পৰা ব্যয়বহুল হ’ব পাছপ’ৰ্টৰ মাচুল।
জৰিমনা নভৰাকৈ ITR দাখিলৰ অন্তিম তাৰিখ ৩১ জুলাই।

