Breaking

ভংগ সান্ধ্য আইন: নিশা ১২ বজাত চেলুনত দাড়ি কটাত ব্যস্ত বিজেপিৰ কোন বিধায়ক ?

0 2,052

নিশা সান্ধ্য আইন ভংগ নলবাৰীৰ বিধায়ক জয়ন্ত মল্ল বৰুৱাৰ।

নিশা ১২ বজাত চেলুনত দাড়ি কটাত ব্যস্ত বিজেপিৰ বিধায়কগৰাকী।

নিশাৰ কাৰ্ফিউ উলংঘা কৰি চেলুনৰ ছাটাৰ আধা খুলি দাড়ি-চুলি কটিলে জয়ন্ত মল্ল বৰুৱাই।

উলুবাৰীৰৰ বি বৰুৱা ৰ’ড স্থিত “ৰাজু ৰিয়াজ” চেলুনত দাড়ি চুলি কাটিছিল জয়ন্ত মল্ল বৰুৱাই।

সাংবাদিকৰ পৰা আঁতৰাৰ চেষ্টা চেলুনৰ স্বতাধিকাৰী আৰু বিধায়ক জয়ন্ত মল্ল বৰুৱাৰ।।

সাংবাদিকৰ সন্মুখৰ পৰা পলায়নৰ চেষ্টা নলবাৰীৰ বিধায়কজনৰ।

Leave A Reply