আজিৰে পৰা আৰম্ভ হ’ল পবিত্ৰ অমৰনাথ যাত্ৰা।
কটকটীয়া নিৰাপত্তাৰ মাজেৰে ভক্তৰ যাত্ৰা আৰম্ভ।
৩ জুলাইৰ পৰা আৰম্ভ হোৱা যাত্ৰাৰ অন্ত পৰিৰ ৭ আগষ্টত।
২০২৬ বৰ্ষৰ বাবে পঞ্জীয়ন হৈছে প্রায় ২৫ লাখ ভক্তৰ নাম।
নিৰাপত্তাৰ বাবে প্ৰায় ১৫ হাজাৰ সেনা-বাহিনীৰ জোৱান মোতায়েন।
পেহেলগাম আৰু বালটাল পথেৰে চলিব অমৰনাথ যাত্রা।
ভক্তক আদৰিবলৈ জম্মু-কাশ্মীৰ চৰকাৰ আৰু প্ৰশাসন সাজু।

