আজি মৰিগাঁও জিলাৰলাহৰীঘাট সমষ্টিৰ বৰালিমাৰীৰ অঞ্চলৰ বান-খহনীয়া পৰিদৰ্শন কৰে জলসস্পদ বিভাগৰ মন্ত্ৰী পিয়ূষ হাজৰিকাইমন্ত্ৰী গৰাকীক সংগ দিয়ে মৰিগাঁও জিলা প্ৰশাসনৰ উচ্চ পদস্থ বিষয়া সকলৰ লগতে জলসস্পদ বিভাগৰ বিষয়-ববীয়াই। উল্লেখ্য যে লাহৰীঘাট আৰু জাগীৰোড সমষ্টিত প্ৰায় ১৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ মথাউৰি উন্মুক্ত হৈ আছে।
বৰ্তমান বাৰিষাৰ বতৰ হোৱাৰ বাবে এই বছৰত বান-খহনীয়া প্ৰতিৰোধৰ কাম কৰিব নোৱাৰাৰ বাবে ৰাইজৰ ওচৰত ক্ষমা বিচাৰে মন্ত্ৰী পিয়ূষ হাজৰিকাই। পৰ্যায়ক্ৰমে লাহৰীঘাট সমষ্টিৰ বান আৰু খহনীয়া সমস্যাৰ সমাধানৰ আশ্বাস দিয়ে বিভাগীয় মন্ত্ৰী গৰাকীয়ে।প্ৰতি বছৰেই বান আৰু খহনীয়াই সৰ্বস্বান্ত কৰি আহিছে লাহৰীঘাট সমষ্টিবাসীক।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- গৰমৰ বতৰত আমৰ ঔষধি গুণৰ বিষয়ে জানক…
- কাকপথাৰৰ ডিৰাকত ভয়ংকৰ পথ দুৰ্ঘটনাত ডাম্পাৰৰ খুন্দাত থিতাতে নিহত দুই বাইক আৰোহী…
- সমকামিতাৰ বিৰুদ্ধে ইৰাকত নতুন আইন গৃহীত, সমকামীক বিহা হ’ব ১৫ বছৰৰ কাৰাবাস…
- ভাৰতীয় ষ্টক মাৰ্কেটত চেন্সেক্স নিফ্টী দ্ৰুত গতিত বৃদ্ধি…
- হাৰিয়ানাত উদ্ধাৰ ৪০০ বছৰ পুৰণি বিষ্ণু মূৰ্তি…
- যোৰহাটত ‘লাহন গেঙ’ৰ দুই সদস্যক আটক…
- শিমলুগুৰিত ট্ৰেক্টৰৰ চেপাত এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষকৰ মৃত্যু…
- মৰিগাঁৱত নিৰ্বাচনৰ যোগ বিয়োগৰ চৰ্চাৰ মাজতে বিভিন্ন মহলত বিশেষ ভাৱে চৰ্চিত হৈছে জিলা খনৰ উপায়ুক্ত দেৱাশীষ শৰ্মা…
- তেওঁলোকে সুৰক্ষা প্ৰদান কৰিব পাৰিবনেঃ কৰ্ণাটক কলেজৰ ছাত্ৰীৰ হত্যাক লৈ কংগ্ৰেছক আক্ৰমণ প্ৰধানমন্ত্ৰী মোদীৰ
- মুখৰ অতিৰিক্ত নোমৰ বাবেই দশম শ্ৰেণীৰ পৰীক্ষাত শীৰ্ষস্থান দখল কৰা ছাত্ৰীক ট্ৰ’ল! প্ৰাচীৰ কাষত থিয় হ’ল প্ৰিয়ংকা…