ৰিগাঁও জিলাৰ আগশাৰীৰ নাট্য, সাংস্কৃতিক অনুষ্ঠান সমলয় উদ্যোগত গণশিল্পী ,বিহু সম্ৰাট খগেন মহন্ত দেৱৰ ৭তম মৃত্যু বাৰ্ষিকী অনুষ্ঠিত কৰে,ক’ভিড সৃষ্ট পৰিবেশৰ মাজতেই অনুস্হপিয়া কৈ হলেও ক’ভিড প্ৰতকল মানি সমলয়ৰ কাৰ্য্যালয়ত শিল্পী গৰাকীৰ প্ৰতিচ্ছবিত মাল্য অৰ্পণ, বন্তি প্ৰজ্বলন আৰম্ভ কৰি শিল্পী গৰাকীক স্মৰণ কৰি এখনি সভা অনুষ্ঠিত কৰি জিলা খনৰ কেইগৰাকীমান জ্যেষ্ঠ শিল্পীক সম্বৰ্ধনা জনোৱা লগতে খগেন মহন্ত দেৱৰ গীতৰ এটি অনুষ্ঠানোও অনুষ্ঠিত কৰে , যত জিলা খনৰ কেইবা গৰাকী নবীন, প্ৰবীণ শিল্পীযে গীত পৰিবেশন কৰে

