শিৱসাগৰ জিলাৰ শলগুৰি সত্ৰৰ ডেকা সত্ৰাধিকাৰৰ পুত্ৰৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ

শিৱসাগৰ জিলাৰ শলগুৰি সত্ৰৰ ডেকা সত্ৰাধিকাৰৰ পুত্ৰৰ নির্লজ্জ কাণ্ড।

সত্ৰাধিকাৰৰ পুত্ৰৰ বিৰুদ্ধে ভাওনাত নাৰীৰ চৰিত্ৰ ৰূপায়ন কৰা শিল্পীক যৌন নির্যাতন চলোৱাৰ অভিযোগ।

POCSO আইনৰ অধীনত আটক ডেকা সত্ৰাধিকাৰগৰাকীৰ পুত্ৰক।

কীর্তি কমল দেৱ গোস্বামীক সোধা-পোচাৰ অন্তত গ্ৰেপ্তাৰ।

যৌন নিৰ্যাতনৰ অভিযোগত কীৰ্তিকমল দেৱ গোস্বামীক গ্ৰেপ্তাৰ।

POCSO আইনৰ অধীনত কীৰ্তিকমল দেৱ গোস্বামীক গ্ৰেপ্তাৰ।

৭ ঘন্টা জেৰাৰ অন্তত নিশা কীৰ্তিকমল দেৱ গোস্বামীক গ্ৰেপ্তাৰ।

সমকামিতাৰ অভিযোগত গ্ৰেপ্তাৰ কীৰ্তি কমল দেৱ গোস্বামীক।

Related Articles