গুৱাহাটীৰ পূৰ্ব তিৰুপতি শ্ৰী বালাজী মন্দিৰত চুৰিকাণ্ড।
বেতকুছিস্থিত বালাজী মন্দিৰত নিশা চোৰৰ এই চাফাই অভিযান।
নিশা চোৰে চুৰি কৰি লৈ যায় মন্দিৰৰ বয়-বস্তুৰ লগতে টকা।
ঘটনাস্থলীত গড়চুক আৰক্ষী উপস্থিত ।
মন্দিৰৰ বহু মূল্যৱান সামগ্ৰীৰ লগতে নগদ ধনো লৈ যায় চোৰে।
চুৰি কাণ্ডৰ তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।

