নলবাৰীৰ আমনিত শোকাৱহ ঘটনাঃ নৈত গা ধুবলৈ গৈ দুই কিশোৰৰ সলিল সমাধি

নলবাৰীৰ চামতাৰ আমনিত শোকাৱহ ঘটনা ।

বুঢ়াদিয়া নদীত গা ধুবলৈ গৈ দুই ছাত্ৰৰ নদীত সলিল সমাধি৷

দুপৰীয়াৰ পৰা দুই ছাত্ৰ সন্ধানহীন হৈ থকাৰ পিছত বুঢ়াদিয়া নদীত দুয়োৰে উদ্বাৰ হয় মৃতদেহ

ছাত্ৰ দুজন ক্ৰমে ৰূপম বৰ্মন আৰু নয়ন বৰ্মন।

স্থানীয় ৰাইজে উদ্ধাৰ কৰে ৰূপম বৰ্মনৰ মৃতদেহ।

আনহাতে SDRF-এ দুঘন্টা ধৰি নদীত অভিযান চলাই উদ্ধাৰ কৰে নয়ন বৰ্মনৰ আৰু ৰূপম বৰ্মনৰ মৃতদেহ।

সমগ্ৰ ঘটনাই এতিয়া শোকৰ ছাঁ পেলাইছে নলবাৰী জিলাত৷

Related Articles