ৰাজ্য চৰকাৰে মাইক্ৰ ফাইনেঞ্চৰ ধন ৰেহাই দিব বুলি সম্প্ৰতি গঞাঁ মহিলাক প্ৰতাৰণা প্ৰৱঞ্চনা কৰা বুলিহে গুৰুত্বৰ অভিযোগ উঠিছে ৷ গাৱেঁ গাৱেঁ প্ৰতিৱাদ সৃষ্টি হৈছে মহিলা সকলৰ ৷ নিৰ্ব্বাচনৰ প্ৰাক মূহুৰ্ত্বত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মহিলা সকলৰ ঋণ মাফ কৰি দিব বুলি প্ৰতিশ্ৰুতি দিছিল যদিও সম্প্ৰতি চৰকাৰে কিছুমান নীতি নিয়ম বান্ধি দিয়াত গঞাঁ মহিলা সকল বিপদত পৰা বুলিহে মন্তৱ্য কৰে একাংশ মহিলাই ৷ এই দৃশ্য জামুগুৰিহাটৰ হাটিঙাৰ ৷ এই সকল মহিলা চৰকাৰে বান্ধি দিয়া নীতি নিয়মত সুন্তুষ্ট নহয় বুলি ক্ষোভ প্ৰকাশ কৰাৰ লগতে চৰকাৰক এই ক্ষেত্ৰত পুনৰ বিবেচনা কৰাৰ আহ্বান জনাইছে ৷ মহিলা সকলে এশ শতাংশ ঋণেই কোনো চৰ্ত নোহোৱাকৈ মাফ কৰি দিয়াৰ দাৱী জনাইছে ৰাজ্য চৰকাৰক ।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- ৰাইচিৰ মৃত্যুৰ আঁৰত দুৰ্ঘটনা নে ষড়যন্ত্ৰ! ৰাষ্ট্ৰপতিৰ মৃত্যুৰ পিছত প্ৰথম উপ-ৰাষ্ট্ৰপতি মহম্মদ মুখবাৰক অন্তৰ্ৱতীকালী ৰাষ্ট্ৰপতি হিচাবে নিয়োগ…
- বৃদ্ধি পাইছে বোৱাৰী নিৰুদ্দেশৰ ঘটনা! বিদ্যালয়ত কন্যাৰ নথি-পত্ৰ জমা দিবলৈ গৈ ঘূৰি নাহিল চায়না, কোলাত সন্তানক লৈ পত্নীক বিচাৰি হাবাথুৰি পতি…
- ২০২৪ বিত্তীয় বৰ্ষত ব্যৱসায় বৃদ্ধিৰ ক্ষেত্ৰত ৰাজহুৱা খণ্ডৰ বেংকৰ ভিতৰত শীৰ্ষত বেংক অফ মহাৰাষ্ট্ৰ…
- দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক হত্যাৰ ভাবুকিৰে মেট্ৰ’ ষ্টেচনত ভাবুকিপূৰ্ণ লেখনি! আপৰ মতে আঁৰত বিজেপি…
- ৰাইচিৰ মৃত্যুত ইৰাণত পাঁচদিনীয়া ৰাষ্ট্ৰীয় শোক; ভাৰততো পালন এদিনীয়া শোক…
- বিজেপি ‘বনিয়া-ব্ৰাহ্মণ’ৰ দল নহয়, দক্ষিণতো বিজেপিয়ে ভাল ফলাফল প্ৰদৰ্শন কৰিবঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী…
- বৰপেটা সত্ৰৰ আদি সত্ৰাধিকাৰ মথুৰা দাস বুঢ়া আতাৰ ৫৩৪ সংখ্যক জন্ম জয়ন্তী উৎসৱ…
- আজি IPLৰ ১৭সংখ্যক সংস্কৰণৰ প্ৰথমখন প্লেঅফৰ মেচ, বতৰে দিব নেকি বিধি-পথালি…
- দেউতা, আপুনি সপোন দেখিছিলঃ একবিংশ শতিকাৰ আধুনিক ভাৰতৰ! পিতৃক স্মৰণ ৰাহুল-প্ৰিয়ংকাৰ…
- আপুনি পৃথিৱীৰ য’তেই নাথাকক কিয়, পুৱাৰ সতেজতা আনি দিব পাৰে কেৱল অসমৰ চাহকাপেঃ মুখ্যমন্ত্ৰী…