যুদ্ধৰ মাজতেই আলোচনাৰ প্ৰস্তাৱ ইৰানৰ…

যুদ্ধৰ মাজতেই আলোচনাৰ প্ৰস্তাৱ ইৰানৰ।

সামাজিক মাধ্যমত এই কথা সদৰী কৰে মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে।

‘ইৰাণৰ সৈতে আলোচনা অব্যাহত ৰাখিবলৈ আমি সন্মতি দিছোঁ’।

‘কিছুমান নিৰ্দিষ্ট চৰ্তৰ অধীনতহে হ’ব এই আলোচনা’।

‘তাৰে ভিতৰত এটা হ’ল যুদ্ধ বিৰতিৰ অৱসান ঘটিছে’।

যুদ্ধ বিৰতি আৰু আলোচনা সন্দৰ্ভত ট্রাম্পে জনালে নিজৰ স্থিতি।

Related Articles