ক্ষিণ শালমাৰা থানাৰ অন্তৰ্গত ৰাভাটাৰীত আজি পূৱা ৮ বজাত দক্ষিণ শালমাৰা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অতুল ৰয় প্ৰধানীৰ নেতৃত্বত এক গোপন সুত্ৰৰ পমখেদি অভিযান চলাই ৭ টাকৈ চোৰাং গৰু জব্দ কৰে৷ উক্ত গৰু কেইটা বাংলাদেশলৈ নিয়াৰ পথত জব্দ কৰা হয় বুলি আৰক্ষী সুত্ৰে প্ৰকাশ কৰে৷ ইফালে আৰক্ষীয়ে জনোৱা মতে এজন সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়৷ সৰবৰাহকাৰী জন আশ্ৰৱ আলী (২১) পিতাঃ আব্দুল গণি গাওঁঃ মাজেৰচৰ বুলি চিনাক্ত কৰা হৈছে৷ ইতিমধ্যে পুলিচৰ জিম্মাত আছে ধৃত ব্যক্তিজন৷ বৰ্তমান লৈকে দক্ষিণ শালমাৰা আৰক্ষীয়ে চোৰাং গৰুৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে বুলি জানিবলৈ দিয়ে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- আজি পবিত্ৰ অক্ষয় তৃতীয়া। দেৱী লক্ষ্মীক সন্তুষ্ট কৰি ধনী হোৱাৰ সোণালী সুযোগ, মাত্ৰ কৰিব লাগিব এটা কাম…
- ন্যায় পাবনে পংখীয়ে? পংখী সন্দিকৈৰ ন্যায়ৰ দাবীত আটাছুৰ ডিমৌত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধেৰে উত্তাল প্ৰতিবাদ, নিষ্ঠুৰ নীতিকেশ দাসক ফাঁচীৰ দাবী…
- উত্তৰ গুৱাহাটী-গুৱাহাটীৰ মাজত পুনৰ আৰম্ভ ফেৰী সেৱা…
- শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংগী, সমাজকৰ্মী জিতেন বৰাৰ দেহাৱসান…
- দৰিদ্ৰতাক নেঁওচি জুয়ে পোৰা সোণ হৈ জিলিকিল জামুগুৰিহাটৰ ভৰ্ষিতা
- উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফলত ১০০ শতাংশ উত্তীৰ্ণ হাৰে ঢলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ কঢ়িয়াই আনিলে আনন্দৰ বন্যা…
- পুত্ৰই আশানুৰূপ ফলাফল অৰ্জন কৰাৰ পাছতো এখন ঘৰত সৃষ্টি হ’ল কান্দোনৰ ৰোল ! পথ দুৰ্ঘটনাত নিহত ৰমেন বিশ্বাস উত্তীৰ্ণ হ’ল প্ৰথম বিভাগত…
- ৰঙিয়াৰ ইউক্লিড চিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ সফলতা…
- উচ্চতৰ মাধ্যমিকৰ উত্তীৰ্ণ হাৰত কলা বিজ্ঞান বাণিজ্য শাখাত নিম্ন স্থানত কোন কোন জিলা…
- ৰিয়ান পৰাগে পঢ়া স্কুলৰ পৰাই ছাত্ৰ-ছাত্ৰীৰ ৰেহাই মূল্যৰ বিশেষ টিকট মুকলি…