এক গোপন সুত্ৰৰ পম খেদি বৰপেটাৰ আৰক্ষীয়ে পালহাজিত বজাৰত এজন ড্ৰাগছ ব্যৱসায়ী আটক কৰিবলৈ সক্ষম হয়। বৰপেটাৰ পালহাজিৰ বজাৰত এখন জুৱেলাৰী দোকানত ৰাখিছিল ৫ টা ড্ৰাগছৰ কংতেইনাৰ ।ইয়াৰ পৰিমান ১.৭১ গ্ৰাম। লগতে দোকানী ইমৰান হুছেইন নামৰ এজন ড্ৰাগছ ব্যৱসায়ী জনক আটক। ড্ৰাগছৰ ব্যৱসায়ী জনে জুৱেলাৰীৰ ব্যৱসায়ী কৰাৰ লগতে সমান্তৰাল ভাৱে ড্ৰাগছৰ ব্যৱসায়ী চলাই গৈছিল। বৰপেটাৰ সদৰৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া তপন মেধীৰ নেতৃত্বত চলা অভিযানত ড্ৰাগছ ব্যৱসায়ী জনক আটক কৰিবলৈ সক্ষম হয়। এই সংক্ৰান্তত বৰপেটা আৰক্ষীয়ে ড্ৰাগছ ব্যৱসায়ী জনৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰে আৰু মহামান্য আদালতলৈ প্ৰেৰণ কৰে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- ডিমৌত মিপুন বংশাৱলীৰ প্ৰথম সাধাৰণ অধিৱেশন সম্পন্ন
- স্তব্ধ হৈ ৰ’ল এটি সাহসী কণ্ঠ
- ভাৰত আৰু ইৰাণৰ দ্বিপাক্ষিক সম্পৰ্কত এক নতুন দিগন্তৰ সূচনা
- ব’হাগত কুৰিৰো অধিক মঞ্চত বিহুৰ দ্বাৰা ব্যতিক্ৰমী পথ-সুৰক্ষা অনুষ্ঠান পৰিবহণ বিভাগৰ
- মিছ ইউনিভাৰ্ছৰ ল’গো মুকলি, জুন মাহত অনুষ্ঠিত হ’ব মিছ ইউনিভাৰ্ছ অসমৰ অডিচন; গুৱাহাটীত মিছ ইউনিভাৰ্ছ ইণ্ডিয়াৰ প্ৰতিনিধি…
- পাটনাৰ গুৰুদ্বাৰত ব্যতিক্ৰমী ৰূপত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী…
- সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ সভাপতি পদত নিৰ্বাচিত নগেন শৰ্মা, সাধাৰণ সম্পাদকৰ পদত অপূৰ্ব কলিতা…
- ডাইনী হত্যাৰ বিপক্ষে থিয় দিয়া সাহসী যুঁজাৰু নাৰীগৰাকী…
- চিবিএছইৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল ঘোষণাঃ উত্তীৰ্ণৰ হাৰ ৮৭.৯৮ শতাংশ, ৯৯.৯১ শতাংশ উত্তীৰ্ণৰ হাৰেৰে শীৰ্ষত তিৰুৱনন্তপুৰম, গুৱাহাটীত উত্তীৰ্ণৰ হাৰ ৮২.০৫ শতাংশ…
- পদ্মশ্ৰী সন্মানেৰে বিভূষিত বীৰুবালা ৰাভাৰ বিয়োগত গভীৰ শোক প্ৰকাশ ইৰাণ ভ্ৰমণৰত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ…