আমেৰিকাত ভাৰতীয় মূলৰ মহিলাক গুলীয়াই জীৱন শেষ কৰিলে।
ভাৰতীয় মূলৰ ৫৭ বছৰীয়া মহিলাক গুলীয়াই হত্যা।
নিহত মহিলাগৰাকী গুগলৰ জ্যেষ্ঠ অভিযান্ত্ৰিক পৰিচালক আছিল।
ঘৰুৱা কন্দলৰ বাবে সংঘটিত হ’ল এই হত্যাকাণ্ড।
৫৭ বছৰীয়া শীতল ৱেৰজেছিয়ানক নিজ গৃহতে হত্যা।
গুলীচালনাত গুৰুতৰভাৱে আহত ২৩ বছৰীয়া পুত্ৰ।
হত্যাকাৰী স্বামী কিৰ্ক বি ৱেৰজেছিয়ানক গ্ৰেপ্তাৰ।
অভিযুক্ত স্বামীৰ বিৰুদ্ধে ৰুজু হত্যাৰ গোচৰ।

