বিশ্ব পাৰিপাশ্চিকতাৰ প্ৰতি লক্ষ্য ৰাখি তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ১৯৮২ বৰ্ষৰ প্ৰৱেশিকা উত্তীৰ্ন ছাত্ৰ গোটৰ দ্বাৰা বৃক্ষ ৰোপন আঁচনিৰ শুভাৰম্ভ

বিশ্ব পাৰিপাশ্চিকতাৰ প্ৰতি লক্ষ্য ৰাখি তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ১৯৮২ বৰ্ষৰ প্ৰৱেশিকা উত্তীৰ্ন ছাত্ৰ গোটৰ দ্বাৰা বৃক্ষ ৰোপন আঁচনিৰ শুভাৰম্ভ ।

দেওবাৰে অনুষ্ঠিত হয় এই কাৰ্যসূচী। শোণিতপুৰ জিলা তেজপুৰৰ কণাইমাই চুবুৰীৰ বেচেৰীয়াৰ সমিপট থকা বৰ নামঘৰৰ উক্ত অনুষ্ঠানটো শুভাৰম্ভ কৰে নামঘৰৰ সভাপতি-বুদ্বেশ্বৰ বৰাই আৰু এই অনুষ্ঠানত উপষ্ঠিত থাকে তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ গোটৰ দ্বাৰা বৃক্ষ ৰোপন আঁচনিৰ কাৰ্যসূচী আৰম্ভ কৰে।

ইয়াৰ লগতে ছাত্ৰ গোটে বেচেৰীয়া নামঘৰত সেৱা প্ৰাৰ্থনাৰ লগতে এই অনুষ্ঠানটিৰ শুভাৰম্ভ কৰা হয়।

Related Articles