OTT প্লেটফৰ্মৰ মুকলিৰ সিদ্ধান্ত গ্ৰহণ ৰাজ্য চৰকাৰৰ

শীঘ্ৰে মুকলি হ’ব ‘ASSAM’S OWN OTT’।

অসমীয়া চিনেমা, সাহিত্য, সংগীত আৰু তথ্যচিত্ৰক বিশ্বদৰবাৰত তুলি ধৰাৰ উদ্দেশ্য়ে OTT প্লেটফৰ্মৰ মুকলিৰ সিদ্ধান্ত গ্ৰহণ ৰাজ্য চৰকাৰৰ।

চলিত বাজেটত উল্লেখ কৰা হৈছে এই কথা।

এই সন্দৰ্ভত সামাজিক মাধ্যমত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ প’ষ্ট।

অসমবাসী ৰাইজক অপেক্ষা কৰিবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ।

Related Articles