আজিৰে পৰা আৰম্ভ ঐতিহাসিক পুৰী ৰথ যাত্ৰা।
মাহীয়েকৰ ঘৰলৈ ওলাল প্ৰভু জগন্নাথ, ভাতৃ বলভদ্ৰ আৰু ভগ্নী সুভদ্ৰা।
নন্দিঘোষ, দৰ্পদলন, আৰু তালাধ্বজত উঠি মাহীয়েকৰ ঘৰলৈ ওলাইছে প্ৰভু জগন্নাথ, জ্যেষ্ঠ ভাতৃ বলোভদ্ৰ আৰু ভগ্নী সুভদ্ৰা।
ওড়িশাৰ পুৰীত দেশৰ ভিন্ন প্ৰান্তৰ ভক্তই ভিৰ কৰিছে।
লাখ লাখ ভক্তৰ অশংগ্ৰহণ ৰথ যাত্ৰাত।
জগন্নাথ মন্দিৰৰ পৰা গুণ্ডিচা মন্দিৰলৈ হ’ব এই যাত্ৰা।
এই বছৰ পালন ভগৱান জগন্নাথৰ ১৪৬ তম ৰথ যাত্ৰা।
২৪ জুলাই পৰ্যন্ত চলিব এই ৰথ যাত্ৰা।

